কাশ্মীৰত নিৰাপত্তা বাহিনী আৰু সন্ত্ৰাসবাদীৰ মাজত তুমুল সংঘৰ্ষ!

কাশ্মীৰৰ পুলৱামা জিলাৰ পদগামপুৰা অঞ্চলত নিৰাপত্তা বাহিনী আৰু সন্ত্ৰাসবাদীৰ মাজত তুমুল সংঘৰ্ষ

এটা দুৰ্ধৰ্ষ সন্ত্ৰাসবাদীক। অভিযান অব্যাহত থকাৰ বাবে এই পৰ্যন্ত উদ্ধাৰ হোৱা নাই নিহত সন্ত্ৰাসবাদীটোৰ মৃতদেহ।

পুলৱামা জিলাৰ পদগামপুৰা অঞ্চলত সন্ত্ৰাসবাদীৰ উপস্থিতিৰ বিষয়ে গোপন খবৰ লাভ কৰাৰ পিছতে আৰক্ষী আৰু সেনাৰ দলে অঞ্চলটো ঘেৰাও কৰাৰ সময়তে লুকাই থকা সন্ত্ৰাসবাদীয়ে নিৰাপত্তাৰক্ষীক লক্ষ্য কৰি গুলীচালনা আৰম্ভ কৰে। প্ৰত্যুত্তৰত অভিযানকাৰী দলৰ গুলীচালনাত নিহত হয় সন্ত্ৰাসবাদীটো।।

You might also like
Leave A Reply

Your email address will not be published.