মালয়েছিয়াত ভয়ংকৰ ভূমিস্খলন!

ইণ্টাৰনেচনেল ডেস্ক:

মালয়েছিয়াৰ ৰাজধানী কুৱালালামপুৰৰ উপকণ্ঠ অঞ্চলত ভয়ংকৰ ভূমিস্খলন।ভূমিস্খলনটো সংঘটিত হয় শুকুৰবাৰে স্থানীয় সময় অনুসৰি পুৱা প্ৰায় ৩ বজাত। মালয়েছিয়াৰ ৰাজধানী কুৱালালামপুৰৰ উপকণ্ঠ অঞ্চল চেলাংগোৰ ৰাজ্যত সংঘটিত হোৱা ভূমিস্খলনৰ ফলত নিহত হয় দুজন লোক। আনহাতে, নিৰুদ্দেশ হৈ আছে ৫০ জনতকৈ অধিক লোক। অনুসন্ধান আৰু উদ্ধাৰ কৰ্মীয়ে জীৱিত লোকৰ সন্ধানত অব্যাহত ৰাখিছে অভিযান।।

You might also like
Leave A Reply

Your email address will not be published.