মেক্সিকোৰ ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ গুলীচালনাৰ ঘটনা!

গুলীচালনাত মৃত্যু হয় ১০ জন অস্ত্ৰধাৰী দুৰ্বৃত্তৰ

ইণ্টাৰনেচনেল ডেস্ক:

মেক্সিকোৰ ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ গুলীচালনাৰ ঘটনা। আৰক্ষী আৰু অস্ত্ৰধাৰী দুৰ্বৃত্ত মাজত সংঘটিত হয় এই ভয়ংকৰ গুলীচালনা।গুলীচালনাত মৃত্যু হয় ১০ জন অস্ত্ৰধাৰী দুৰ্বৃত্তৰ। আনহাতে, ঘটনাটোত আহত হয় ৪ গৰাকীকৈ আৰক্ষী । ঘটনাটো সংঘটিত হয় মেক্সিকোৰ ছাবিনাছ হিডালগোৰ মণ্টেৰেই-নুৱেভ’ লাৰেডো ঘাইপথত।ঘটনাস্থলীৰ পৰা আৰক্ষীয়ে জব্দ কৰে ১২টা বৃহৎ কেলিবাৰৰ অস্ত্ৰ-শস্ত্ৰ, গ্ৰেনেড, একশটা গুলীৰ লগতে তিনিখনকৈ বাহন।।

You might also like
Leave A Reply

Your email address will not be published.