Sign in
Sign in
Recover your password.
A password will be e-mailed to you.
Browsing Category
Politics
আজি ৪ ডিচেম্বৰ
➡️ আজি নৌ সেনা দিৱস।➡️ ১১১২ চনৰ ৪ ডিচেম্বৰ তাৰিখে পাৰস্যৰ (ইৰান) কবি, গণিতজ্ঞ আৰু জ্যোতিৰ্বিদ ওমৰ খৈয়ামৰ মৃত্যু হৈছিল।➡️ ১৭৯৫ চনৰ আজিৰ!-->…
Read More...
Read More...
IMFৰ শীৰ্ষ পদত প্ৰথম ভাৰতীয় মূলৰ আমেৰিকান
আন্তৰ্জাতিক মুদ্ৰা নিধি(IMF)ৰ মুখ্য অৰ্থনীতিবিদ ভাৰতীয় মূলৰ আমেৰিকান গীতা গোপীনাথক আই এম এফৰ উপ-পৰিচালন সঞ্চালক হিচাপে দায়িত্ব ভাৰ অৰ্পণ।!-->…
Read More...
Read More...
আজি ৩ ডিচেম্বৰ
➡️আজি বিশ্ব প্ৰতিবন্ধী দিৱস➡️ ১৮৫৭ চনৰ ৩ ডিচেম্বৰত সাহিত্যিক-নাট্যকাৰ যোছেফ থিঅ’ডৰ কনৰাডৰ জন্ম হৈছিল➡️ ১৮৮২ চনৰ আজিৰ দিনটোতে ভাৰতৰ প্ৰসিদ্ধ!-->…
Read More...
Read More...
আজি ২ ডিচেম্বৰ
????️আজি চুকাফা দিৱস????️১৮০৪ চনৰ আজিৰ দিনটোতেই নেপোলিয়ন বোনাপাৰ্ট ফ্ৰান্সৰ একছত্ৰী অধিপতি ৰূপে পৰিগণিত হৈছিল????️১৮৮১ চনৰ আজিৰ দিনটোত!-->…
Read More...
Read More...
ৰৌণক আলী হাজৰিকাৰ বিৰুদ্ধে চাৰ্জচীট দাখিল
ব্যুৰ' ৰিপৰ্ট-
সামঞ্জস্যহীন সম্পত্তি তথা অবাধ দুৰ্নীতিৰ অভিযোগত আটকাধীন নিলম্বিত DIG ৰৌণক আলী হাজৰিকাৰ বিৰুদ্ধে চাৰ্জচীট দাখিল কৰিলে!-->!-->!-->…
Read More...
Read More...
সংসদ ভৱনত পুৱাতেই হুৱাদুৱা!
শীতকালীন অধিৱেশন চলি থকা সময়ত আজি ৰাতিপুৱা হুৱাদুৱা লাগিল সংসদ ভৱনত। সংসদ ভৱনৰ চৌহদৰ ভিতৰত সংঘটিত হ'ল অগ্নিকাণ্ড। দিল্লী অগ্নি নিৰ্বাপক!-->…
Read More...
Read More...
অনিমেষ হত্যাৰ মূল অভিযুক্তৰ মৃত্যু
???? আছু নেতা অনিমেষ ভূঞাৰ বৰ্বৰ হত্যাকাণ্ডৰ মূল অভিযুক্ত নীৰজ দাস ওৰফে কলা লৰাৰ মৃত্যু
???? নিশা পুলিচৰ গাড়ীৰ পৰা জাপ মাৰি পলায়ন কৰাৰ!-->!-->!-->…
Read More...
Read More...
আজি ১ ডিচেম্বৰ
➡ আজি বিশ্ব এইডছ দিৱস।
➡ ১৯৩৫ চনৰ আজিৰ দিনটোতে বৰ্তমানৰ ফ্ৰান্স, ইংলেণ্ডৰ ৰজা প্ৰথম হেনৰীৰ মৃত্যু হৈছিল।
➡ ১৯৫৭ চনৰ ১ ডিচেম্বৰত নগা!-->!-->!-->!-->!-->…
Read More...
Read More...
প্ৰাক্তন বিধায়ক অতুল কুমাৰ শৰ্মাৰ দেহাৱসান
নগাঁও জিলাৰ চামগুৰি বিধানসভা সমষ্টিৰ প্ৰাক্তন বিধায়ক, অসম আন্দোলনৰ অগ্ৰনী নেতা,সদৌ অসম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সমিতিৰ প্ৰাক্তন উপ-সভাপতি!-->…
Read More...
Read More...
দেশৰ নতুন নৌ-সেনা প্ৰধানৰ দায়িত্ব গ্ৰহণ
ভাৰতীয় নৌ সেনাৰ নতুন প্ৰধান হিচাপে দায়িত্ব গ্ৰহণ এডমিৰেল আৰ হৰি কুমাৰৰ। তেওঁক এডমিৰেল কে বি সিঙৰ স্থানত নিযুক্তি দিয়া হৈছে। দায়িত্ব গ্ৰহণ!-->…
Read More...
Read More...