আজি বিশ্ব অহিংসা দিৱস

আজি বিশ্ব অহিংসা দিৱস।

১৮৬৯ গুজৰাটৰ পোৰবন্দৰত মহাত্মা গান্ধীৰ জন্মষ

১৯০৪ ভাৰতৰ দ্বিতীয় প্ৰধান মন্ত্ৰী লালবাহাদুৰ শাস্ত্ৰীৰ জন্ম।

১৯০৬ যশস্বী চিত্ৰশিল্পী ৰাজা ৰবি বৰ্মাৰ মৃত্যু।

১৯২৫ চনত টেলিভিছনৰ আৱিষ্কাৰ । আৱিস্কাৰক স্কটলেণ্ডৰ যন্ত্ৰবিদ জন লোগি বেয়াৰ্ড।

১৯৩৫ কবি নিত্যা দত্তৰ জন্ম।

১৯৫১ শ্যামাপ্রসাদ মুখার্জীৰ উদ্যোগত ভাৰতীয় জনসংঘৰ প্রতিষ্ঠা।

১৯৬৮ সাপ্তাহিক ‘নীলাচল’ৰ প্ৰথম প্ৰকাশ।

২০০৩ অভিনেত্রী ইলা কাকতিৰ মৃত্যু।

২০০৩ দক্ষিণ আফ্ৰিকাৰ সাহিত্যিক জন মেক্সৱেল কোৱেটজীলৈ সাহিত্যৰ নোবেল বঁটা।

২০০৭ মহাত্মা গান্ধীক নোবেল বঁটা নিদিয়াটো ভুল আছিল বুলি নোবেল ফাউণ্ডেচনৰ স্বীকাৰ।

You might also like
Leave A Reply

Your email address will not be published.