আজি ২৬ ফেব্ৰুৱাৰী

➡️১৮৫৭ ভাৰতত চিপাহী বিদ্ৰোহৰ ইংগিত। বংগত এই বিদ্ৰোহৰ সম্ভাৱনাৰ সূচনা।

➡️১৮৫৮ স্বাধীনতা সংগ্ৰামী মণিৰাম দেৱান আৰু পিয়লি বৰুৱাৰ ফাঁচী।

➡️১৯৬৬ স্বাধীনতা সংগ্ৰামী, সমাজসেৱক বিনায়ক দামোদৰ ছাভাৰকাৰৰ মৃত্যু।

➡️১৯৮১ বুৰঞ্জীবিদ বেণুধৰ শৰ্মাৰ মৃত্য়ু।

➡️১৯৮৩ সাহিত্য়িক, জীৱনীকাৰ নন্দ তালুকদাৰৰ মৃত্যু।

➡️২০০১ যশস্বী ক্ৰিকেট খেলুৱৈ ছাৰ ডন ব্ৰেডমেনৰ মৃত্যু।

You might also like
Leave A Reply

Your email address will not be published.