দিল্লীত ১৬ জন সক্ৰিয় জুৱাৰীক গ্ৰেপ্তাৰ আৰক্ষীৰ ।

নেচনেল ডেস্ক :

ক্ষিণ জিলা আৰক্ষীৰ নাৰ্কটিকছ স্কোয়াডৰ দলটোৱে এক গোপন তথ্যৰ ভিত্তিত অভিযান চলাই দক্ষিণপুৰীত আটক কৰে ১৬ জনকৈ জুৱাৰীক। লগতে অভিযানত আৰক্ষীয়ে জব্দ কৰে কেলকুলেটৰ, কাৰ্বন পেপাৰ, কলম, চিটসহ স্কেলড পেপাৰ চাৰ্ট, ছবি থকা ফ্লেক্স চাৰ্ট, লিখিত চিট, কাগজ আৰু নগদ ৬৩,৪১০ টকা। শুকুৰবাৰে আম্বেদকাৰ নগৰ থানাত জুৱাৰী কেইটাৰ বিৰুদ্ধে দিল্লী ৰাজহুৱা জুৱা আইনৰ সংশ্লিষ্ট ধাৰাত গোচৰ ৰুজু কৰি অধিক তথ্যৰ বাবে আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে ।

You might also like
Leave A Reply

Your email address will not be published.