আজি ২৭ জুন

১৮৮০ চনত অন্ধ  আৰু বধিৰ মাৰ্কিন লেখিকা হেলেন কেলাৰৰ জন্ম।

আজি জিবুটিৰ স্বাধীনতা দিৱস

 

১৮৩৮ চনত ‘পঞ্জাব কেশৰী ‘ মহাৰাজা ৰঞ্জিত সিংহৰ মৃত্যু।

 

১৮৮০ চনত অন্ধ  আৰু বধিৰ মাৰ্কিন লেখিকা হেলেন কেলাৰৰ জন্ম।

 

১৯৬৪ চনত নতুন দিল্লীৰ তিনমূৰ্তি ভৱন নেহৰু স্মৃতি মিউজিয়ামলৈ ৰূপান্তৰিত।

 

১৯৬৫ চনত  ভাৰতীয় কমিউনিষ্ট পাৰ্টিৰ (মাৰ্ক্সবাদী)মুখপত্ৰ পিপুল্ছ ডেমক্ৰেচী’ৰ প্ৰথম প্ৰয়াস।

 

১৯৬ ৭ চনত ভাৰতৰ নিৰ্মিত প্ৰথম যাত্ৰীবাহী  বিমান ‘এভ্নো এইচ এছ-৭৪৮’ ক ইণ্ডিয়ান এয়াৰলাইন্ছক সমৰ্পণ।

 

১৯৭৭ চনত অসমীয়া চলচ্চিত্ৰ পৰিচালক ব্ৰজেন বৰুৱাৰ মৃত্যু।

 

১৯৯৮ চনত সাংবাদিক, প্ৰসাৰ ভাৰতী ব’ৰ্ডৰ  অধ্যক্ষ নিখিল চক্ৰৱৰ্তীৰ ৮৪ বয়সত মৃত্যু।

 

৯৯৯ চনত কাৰ্গিলৰ পৰা পাক অনুপ্ৰৱেশকাৰীক বহিস্কাৰৰ প্ৰসংগত ভাৰত- আমেৰিকাৰ ঐকমত্য প্ৰকাশ।

( পাটনা ৰে’ল ষ্টেচনত ৮৮ টা মানুহৰ  লাওখোলা উদ্ধাৰ)।

 

২০০১ চনত কফি আন্নাৰ দ্বিতীয়বাৰৰ বাবে ৰাষ্ট্ৰসংঘৰ সচিবপ্ৰধান।

 

২০০৮ চনত ভাৰতৰ ফিল্ড মাৰ্শ্বাল এছ এইচ এফ জেৰ মানেকশ্ব’ৰ মৃত্যু

 

 

You might also like
Leave A Reply

Your email address will not be published.