Browsing Category

Crime

মেঘালয়ত বৃহৎ পৰিমানৰ অস্ত্ৰ, গোলাবাৰুদ আৰু বিস্ফোৰক সামগ্ৰী উদ্ধাৰ

মেঘালয়ৰ পূব গাৰো পাহাৰ জিলাত বৃহৎ পৰিমানৰ অস্ত্ৰ, গোলাবাৰুদ আৰু বিস্ফোৰক সামগ্ৰী উদ্ধাৰ। নিষিদ্ধ সংগঠন গাৰো নেচনেল লিবাৰেচন আৰ্মীয়ে…
Read More...

টকা-সোনৰ পাহাৰ ওলাইছে!

গণি গণি শেষ কৰিব নোৱাৰা টকাৰ পাহাৰ মহাৰাষ্ট্রত। টকাৰ লগতে ওলাইছে ৩২ কিলোগ্রাম সোণ। মহাৰাষ্ট্ৰৰ জালনাত আয়কৰ বিভাগৰ বৃহত অভিযান। মহাৰাষ্ট্ৰৰ…
Read More...

২ কোটিৰো অধিক মূল্যৰ অবৈধ বিদেশী চিগাৰেট জব্দ!

মিজোৰাম আৰক্ষীৰ বৃহৎ সাফল্য । মিজোৰামত জব্দ ২ কোটিৰো অধিক মূল্যৰ অবৈধ বিদেশী চিগাৰেট। মিজোৰামৰ কাষ্টম প্ৰিভেণ্টিভ ফ'ৰ্চ আৰু চম্ফাইৰ আছাম…
Read More...

আৰক্ষীৰ জালত ড্ৰাগছসহ দুই কুকি উগ্ৰপন্থী!

মণিপুৰত আৰক্ষীৰ জালত ড্ৰাগছসহ দুই কুকি উগ্ৰপন্থী।মঙলবাৰে মণিপুৰৰ কাকচিং জিলাৰ পেলেল আৰক্ষী থানাৰ ওচৰত এখন অসমৰ পঞ্জীয়ন নম্বৰ থকা চাৰিচকীয়া…
Read More...

মেফেড্ৰোন ঔষধসহ গ্ৰেপ্তাৰ এটা সৰবৰাহকাৰী!

ড্ৰাগছৰ চোৰাং ব্যৱসায়ৰ বিৰুদ্ধে পুনে আৰক্ষীৰ বৃহৎ সফলতা। পুনেৰ বিমাননগৰ অঞ্চলৰ পৰা বৃহৎ পৰিমানৰ ড্ৰাগছসহ গ্ৰেপ্তাৰ এটা সৰবৰাহকাৰী । ধৃত…
Read More...

চোৰাংচোৱাৰ অভিযোগত গ্ৰেপ্তাৰ এজন সৈনিকক!

ভাৰতীয় সেনাৰ এজন সৈনিকক চোৰাংচোৱাৰ অভিযোগত গ্ৰেপ্তাৰ । সশস্ত্ৰ বাহিনী সম্পৰ্কীয় স্পৰ্শকাতৰ তথ্য প্ৰকাশ কৰাৰ অপৰাধত গ্ৰেপ্তাৰ কৰা হৈছে…
Read More...

আৰক্ষীৰ জালত পাঁচজন চীনা নাগৰিকক!

উত্তৰ প্ৰদেশৰ গৌতম বুদ্ধ নগৰ আৰক্ষীৰ জালত পাঁচজন চীনা নাগৰিকক। ভিছাৰ ম্যাদ উকলি যোৱাৰ পিছতো অবৈধভাৱে বাস কৰাৰ অপৰাধত চীনা নাগৰিক কেইজনক আটক…
Read More...

মণিপুৰত দুটা পৃথক অভিযানত বিদ্ৰোহী আৰু ড্ৰাগছ সৰবৰাহকাৰীক গ্ৰেপ্তাৰ!

মণিপুৰত দুটা পৃথক অভিযানত বিদ্ৰোহী আৰু ড্ৰাগছ সৰবৰাহকাৰীক গ্ৰেপ্তাৰ। মণিপুৰ আৰক্ষীয়ে বৃহস্পতিবাৰে ইম্ফল পূব জিলাত কে ৱাই কে এল বিদ্ৰোহী…
Read More...

আইজলত বৃহৎ পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰ, গোলা-বাৰুদ উদ্ধাৰ!

মিজোৰামৰ আইজলত বৃহৎ পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰ, গোলা-বাৰুদ উদ্ধাৰ। দেশ বিৰোধী কাৰ্যকলাপৰ বিৰুদ্ধে সফল অভিযান অসম ৰাইফলছৰ আইজল বেটেলিয়নৰ।…
Read More...

কুখ্যাত বাবাৰ সহযোগী মহিলা আৰক্ষীৰ জালত

বোকাজান আৰক্ষীৰ জালত পৰা দুৰ্ধৰ্ষ মাফিয়া বাবা হাজৰিকাৰ মূল সহযোগীক গ্ৰেপ্তাৰ।বাবা হাজৰিকাৰ প্ৰধান ড্ৰাগছ যোগানধাৰী ধৃত মনিপুৰী…
Read More...