Sign in
Sign in
Recover your password.
A password will be e-mailed to you.
Browsing Category
Food
আজি ২ ডিচেম্বৰ
????️আজি চুকাফা দিৱস????️১৮০৪ চনৰ আজিৰ দিনটোতেই নেপোলিয়ন বোনাপাৰ্ট ফ্ৰান্সৰ একছত্ৰী অধিপতি ৰূপে পৰিগণিত হৈছিল????️১৮৮১ চনৰ আজিৰ দিনটোত!-->…
Read More...
Read More...
আজি ১ ডিচেম্বৰ
➡ আজি বিশ্ব এইডছ দিৱস।
➡ ১৯৩৫ চনৰ আজিৰ দিনটোতে বৰ্তমানৰ ফ্ৰান্স, ইংলেণ্ডৰ ৰজা প্ৰথম হেনৰীৰ মৃত্যু হৈছিল।
➡ ১৯৫৭ চনৰ ১ ডিচেম্বৰত নগা!-->!-->!-->!-->!-->…
Read More...
Read More...
আজি ৩০ নৱেম্বৰ
➡ ১৬৬৭ চনৰ আজিৰ দিনটোতে ইংৰাজ ব্যংগ লেখক জনাথন ছুইফটৰ জন্ম হৈছিল।
➡ ১৮৫৮ চনৰ ৩০ নৱেম্বৰত ভাৰতীয় উদ্ভিদ-বিজ্ঞানী জগদীশ চন্দ্ৰ বসুৰ জন্ম!-->!-->!-->…
Read More...
Read More...
আজি ২৯ নৱেম্বৰ
➡ ১৯৮৯ চনৰ আজিৰ দিনটোতে প্ৰধানমন্ত্ৰী পদৰ পৰা ৰাজীৱ গান্ধীয়ে পদত্যাগ কৰিছিল।
➡ ১৯৫১ চনৰ ২৯ নৱেম্বৰত চলচ্চিত্ৰ নিৰ্মাতা প্ৰমথেশ বৰুৱাৰ!-->!-->!-->…
Read More...
Read More...
আজি ২৮ নৱেম্বৰ
➡ ১৮২০ চনৰ আজিৰ দিনটোতে বিজ্ঞানী, সমাজবাদ তত্ত্বৰ অন্যতম প্ৰতিষ্ঠাপক ফ্ৰেডৰিক এঞ্জেলছৰ জন্ম হৈছিল।
➡ ১৯১৫ চনৰ ২৮ নৱেম্বৰত অষ্ট্ৰিয়া আৰু!-->!-->!-->…
Read More...
Read More...
আজি ২৭ নৱেম্বৰ
➡ ১০০১ চনৰ আজিৰ দিনটোতে আফগানিস্তানৰ গজনীৰ চুলতান মামুদে প্ৰথম ভৰত আক্ৰমণ কৰিছিল। বৰ্তমানৰ পাকিস্তানৰ পেছোৱাৰত হোৱা যুদ্ধত ৰজা জয়পালে পৰাজয়!-->…
Read More...
Read More...
আজি ২৬ নৱেম্বৰ
➡ আজি আইন দিৱস।
➡ ১৯৪৯ চনৰ আজিৰ দিনটোতে ভাৰতৰ সংবিধানৰ চূড়ান্ত ৰূপ দিয়া হৈছিল। ইয়াৰ আগতে ১৯৪৭ চনৰ ২৯ আগষ্টত বি আৰ আম্বেদকাৰক অধ্যক্ষ!-->!-->!-->…
Read More...
Read More...
আজি ২৫ নৱেম্বৰ
➡ ১৮৬৬ চনৰ আজিৰ দিনটোতে এলাহবাদ উচ্চ ন্যায়ালয় মুকলি কৰা হৈছিল । ১৮৬৬ চনৰ পৰা ১৮৬৮ চনলৈকে এই ন্যায়ালয়ৰ কাম-কাজ আগ্ৰাত চলিছিল। ১৮৬৯ চনত ইয়াক!-->…
Read More...
Read More...
আজি ২৪ নৱেম্বৰ
➡ আজি লাচিত দিৱস।
➡ ১৬৩২ চনৰ আজিৰ দিনটোতে সপ্তদশ শতিকাৰ বিশিষ্ট যুক্তিবাদী দাৰ্শনিক বেনেডিক্ট ডে স্পিনোজাৰ জন্ম হৈছিল।
➡ ১৮৫৯ চনৰ ২৪!-->!-->!-->!-->!-->…
Read More...
Read More...
আজি ২৩ নৱেম্বৰ
➡ ১৯১১ চনৰ আজিৰ দিনটোতে শিক্ষাবিদ, সাহিত্যিক তীৰ্থনাথ শৰ্মাৰ জন্ম হৈছিল।
➡ ২০২০ চনৰ আজিৰ দিনটোতে প্ৰাক্তন মূখ্যমন্ত্ৰী তৰুণ গগৈৰ মৃত্যু!-->!-->!-->…
Read More...
Read More...